Olympiasports's user profile page. Match highlights, posts and more on site!

“”

 Report User

Highlights

ISL 2021-22: SC East Bengal and NorthEast United FC Play Out 1-1 Draw | ড্ৰ'ৰে সামৰিলে নৰ্থ ইষ্টে
ISL 2021-22: SC East Bengal and NorthEast United FC Play Out 1-1 Draw | ড্ৰ'ৰে সামৰিলে নৰ্থ ইষ্টে

◾আইএছএলত ড্ৰ'ৰে অভিযান সামৰিলে নৰ্থ ইষ্টে ◾হতাশাত মুখ্য প্ৰশিক্ষক খালিদ জামিল ◾এই ছিজনত সফল নোহোৱাৰ কথা স্বীকাৰ ◾২০ মাৰ্চত আই এছ এলৰ ফাইনেল ◾লীগ মেচ বাকী আছেগৈ ৮ খন

ISL: Jamshedpur FC beat Northeast United 3-2ANI | আই এছ এলত বুট সামৰিবৰ হ'ল নৰ্থ ইষ্টৰ
ISL: Jamshedpur FC beat Northeast United 3-2ANI | আই এছ এলত বুট সামৰিবৰ হ'ল নৰ্থ ইষ্টৰ

◾আই এছ এলত বুট সামৰিবৰ হ'ল নৰ্থ ইষ্টৰ ◾হাতত মাথোন এখন মেচ ◾জামচেদপুৰৰ বিৰুদ্ধেও পৰাস্ত দলটো ◾এই ছিজনত ছেমি ফাইনেললৈ যোৱাৰ পথ ৰুদ্ধ ◾হায়দৰাবাদকে ধৰি চাৰিটা দল ছেমিফাইনেললৈ

ISL 2021-22: NorthEast United FC fights back to clinch 2-1 win against Bengaluru FC |জয়ী হৈও ব্যৰ্থ
ISL 2021-22: NorthEast United FC fights back to clinch 2-1 win against Bengaluru FC |জয়ী হৈও ব্যৰ্থ

◾আইএছএলত বেংগালুৰুৰ বিৰুদ্ধে জয় নৰ্থ ইষ্টৰ ◾জয়ী হৈও ব্যৰ্থ টীম নৰ্থ ইষ্ট ◾দলটোৰ হাতত বাকী আছেগৈ ২ খন মেচ ◾পৰৱৰ্তী মেচত জয়লাভ কৰিলেও বৃথা হ'ব চেম্পিয়নৰ সপোন ◾অৰ্জন কৰিবলৈ ব্যৰ্থ প্ৰয়োজনীয় পইন্ট

NorthEast United come back from behind to hold Mumbai City to a 1-1 draw
NorthEast United come back from behind to hold Mumbai City to a 1-1 draw

◾হেৰুৱা ছন্দ ঘূৰাই পাইছে নৰ্থ ইষ্ট ইউনাইটেডে ◾আইএছএলত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে ড্ৰ ◾১০ পইণ্টেৰে তালিকাৰ দশম স্থানলৈ উন্নীত নৰ্থ ইষ্ট ◾পৰৱৰ্তী মেচত যুঁজিব হাইদৰাবাদ এফ চিৰ বিৰুদ্ধে

North East United stun SC East Bengal to register their second win this season at ISL|পইন্ট টেবুলত ৭
North East United stun SC East Bengal to register their second win this season at ISL|পইন্ট টেবুলত ৭

◾আকৌ ফৰ্মত নৰ্থ ইষ্ট ইউনাইটেড ◾২-০ গ'লৰ ব্যৱধানত এই ছিজনৰ দ্বিতীয়টো জয় ◾নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত পৰাস্ত ইষ্ট বেংগল ◾পইন্ট টেবুলত ৭ নং স্থানত দলটো ◾পৰৰ্বতী মেচত যুঁজিব এ টি কে মোহনবাগানৰ বিৰুদ্ধে

ISL: Hyderabad FC won againast North east United with 5 star Performance |নৰ্থ ইষ্টৰ ধাৰাবাহিক পৰাজয়
ISL: Hyderabad FC won againast North east United with 5 star Performance |নৰ্থ ইষ্টৰ ধাৰাবাহিক পৰাজয়

◾আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেডৰ ধাৰাবাহিক পৰাজয় ◾৫-১ গলৰ ব্যৱধানত হায়দৰাবাদ এফ চি হাতত পৰাস্ত ◾৪ পইন্টৰে ১০ স্থানলৈ অৱনমিত নৰ্থ ইষ্ট ইউনাইটেড ◾নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত বাকী আছেগৈ ১৪ খন মেচ ◾ ১২ পইন্টৰে শীৰ্ষত মুম্বাই চিটি এফ চি

« Previous

User Detail Page

You can find user latest posts and related content on the page. Friends, comments for events / matches are also available on the page. Even you can find users who are same pleasure with current user.

#Travel, #SupportYourTeam, #AllAboutSports