◾আকৌ ফৰ্মত নৰ্থ ইষ্ট ইউনাইটেড ◾২-০ গ'লৰ ব্যৱধানত এই ছিজনৰ দ্বিতীয়টো জয় ◾নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত পৰাস্ত ইষ্ট বেংগল ◾পইন্ট টেবুলত ৭ নং স্থানত দলটো ◾পৰৰ্বতী মেচত যুঁজিব এ টি কে মোহনবাগানৰ বিৰুদ্ধে