পাকিস্তানৰ মুখৰ পৰা কিং কোহলিয়ে উভতাই আনিলে T-20 বিশ্বকাপৰ প্ৰথমখন মেটচ। খেলৰ পিছত কিয় কান্দি উঠিল পাণ্ডিয়া আৰু কোহলি? কৰিলে বৰ্ণনা।