Content removal request!


বিশেষ আঁচনি | ২ লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ ঋণ; ৮ লাখ চাহ শ্ৰমিকৰ একাউণ্টত চৰকাৰে দিব ৩০০০ কৈ টকা

#NewsLive #HimantaBiswaSarma #NewSchemes #AssamNews স্বৰাজোত্তৰ অসমত সৰ্ববৃহৎ আত্ম সংস্থাপন আঁচনিৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৩খনকৈ বিশেষ আঁচনি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীক দিয়া হ’ব ৫০ হাজাৰ টকাকৈ ঋণ। পৰিশোধ কৰিব নালাগে এই ঋণ। এই আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব এহেজাৰ কোটি টকা। আনহাতে ৰাজ্যৰ প্ৰায় ৮ লাখ চাহ শ্ৰমিকৰ একাউণ্টত চৰকাৰে দিব ৩হাজাৰ টকাকৈ। শিক্ষা ঋণ ৰেহাইৰ আঁচনিও ঘোষণা মন্ত্ৰী ডঃ শৰ্মাৰ। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/