💢অথলে গ'ল হিটমেনৰ বেটিং ফৰ্ম ! 💢আই পি এলত হায়দৰাবাদৰ গুৰুত্বপূৰ্ণ জয় 💢প্লে অফৰ আশাত বন্দী কেন উইলিয়ামচন বাহিনী 💢 তালিকাৰ অষ্টম স্থানত ছানৰাইজাৰ্ছ 💢উমৰাণৰ বলিং ত্রাসত তচনচ মুম্বাইৰ বেটাৰ