◼️আই পি এলৰ মহাৰণত দুই নৱগঠিত দল ◼️সমুখ সমৰত লক্ষৌ ছুপাৰ জায়েন্টছ বনাম গুজৰাট টাইটানছ ◼️পাণ্ডিয়া বাহিনীৰ হাতত পৰাভূত কে এল ৰাহুল বাহিনী ◼️অধিনায়ক হিচাপে প্ৰথম মেচত সফল হাৰ্ডিক পাণ্ডিয়া