বিশেষ আঁচনি | ২ লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ ঋণ; ৮ লাখ চাহ শ্ৰমিকৰ একাউণ্টত চৰকাৰে দিব ৩০০০ কৈ টকা by @News Live - Post Details

বিশেষ আঁচনি | ২ লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ ঋণ; ৮ লাখ চাহ শ্ৰমিকৰ একাউণ্টত চৰকাৰে দিব ৩০০০ কৈ টকা

#NewsLive #HimantaBiswaSarma #NewSchemes #AssamNews স্বৰাজোত্তৰ অসমত সৰ্ববৃহৎ আত্ম সংস্থাপন আঁচনিৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৩খনকৈ বিশেষ আঁচনি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীক দিয়া হ’ব ৫০ হাজাৰ টকাকৈ ঋণ। পৰিশোধ কৰিব নালাগে এই ঋণ। এই আঁচনিৰ বাবে চৰকাৰে ব্যয় কৰিব এহেজাৰ কোটি টকা। আনহাতে ৰাজ্যৰ প্ৰায় ৮ লাখ চাহ শ্ৰমিকৰ একাউণ্টত চৰকাৰে দিব ৩হাজাৰ টকাকৈ। শিক্ষা ঋণ ৰেহাইৰ আঁচনিও ঘোষণা মন্ত্ৰী ডঃ শৰ্মাৰ। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/

Similar Posts!

নিৰ্বাচনত খেলা হৈ গ'ল। কংগ্ৰেছে চৰকাৰ গঠন কৰিব। এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।
নিৰ্বাচনত খেলা হৈ গ'ল। কংগ্ৰেছে চৰকাৰ গঠন কৰিব। এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

#NewsLive #AssamAssemblyPolls #FirstPhase #AssamNews নিৰ্বাচনত খেলা হৈ গ'ল। কংগ্ৰেছে চৰকাৰ গঠন কৰিব। এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। প্ৰথম পৰ্যায়ৰ ৪৭ খন আসনৰ ভিতৰত ৩৫ খন কংগ্ৰেছে লাভ কৰিব বুলিও আত্মবিশ্বাসী ৰিপুণ বৰা। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/



বিপুল ভোটত বিজয়ী হ'ব গোলাঘাটৰ প্ৰাৰ্থী অজন্তা নেওগ: হিমন্ত বিশ্ব শৰ্মা
বিপুল ভোটত বিজয়ী হ'ব গোলাঘাটৰ প্ৰাৰ্থী অজন্তা নেওগ: হিমন্ত বিশ্ব শৰ্মা

#NewsLive #HimantaBiswaSarma #AssamNews কাইলৈ ঘোষণা হ'ব হোজাই-হাইলাকান্দিৰ বিজেপিৰ প্ৰাৰ্থীৰ নাম। বিপুল ভোটত বিজয়ী হ'ব গোলাঘাটৰ প্ৰাৰ্থী অজন্তা নেওগ। এই মন্তব্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰাৰ্থী আৰু আসনক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হোৱা অসন্তুষ্টি সন্দৰ্ভতো মন্তব্য কৰে ডঃ শৰ্মাই। দুই এটা সমষ্টিত অসন্তুষ্টি আছে যদিও শীঘ্ৰেই সমাধান কৰাৰ প্ৰচেষ্টা চলি আছে বুলি মন্তব্য কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় কাইলৈৰ পৰা আৰম্ভ হ'ব তেওঁৰ নিৰ্বাচনী প্ৰচাৰ। জোনাইৰ পৰা চিলাপথাৰলৈ চলিব নিৰ্বাচনী প্ৰচাৰ। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/



DSP হিচাপে নিযুক্তি পালে হিমাই ! আৰক্ষীৰ পোচাকত কি ক'লে হিমা দাসে?
DSP হিচাপে নিযুক্তি পালে হিমাই ! আৰক্ষীৰ পোচাকত কি ক'লে হিমা দাসে?

DSP হিচাপে নিযুক্তি পালে হিমাই ! আৰক্ষীৰ পোচাকত কি ক'লে হিমা দাসে? Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/



ডুবাইৰ IPLৰ পিটছত বিহু ৰিয়ান পৰাগৰ
ডুবাইৰ IPLৰ পিটছত বিহু ৰিয়ান পৰাগৰ

#NewsLive #IPL2020 #RiyanParag #RajasthanRoyals #RR #AssamNews ডুবাইৰ IPLৰ পিটছত বিহু ৰিয়ান পৰাগৰ Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/



ভাৰতৰ বাহিৰত অনুষ্ঠিত হ’ব IPL। পোন প্ৰথমবাৰৰ বাবে আৰৱৰ মাটিত ক্ৰিকেটৰ বৃহৎ লীগ IPLৰ ব্যাপক উন্মাদনা
ভাৰতৰ বাহিৰত অনুষ্ঠিত হ’ব IPL। পোন প্ৰথমবাৰৰ বাবে আৰৱৰ মাটিত ক্ৰিকেটৰ বৃহৎ লীগ IPLৰ ব্যাপক উন্মাদনা

#NewsLive #AssamNews #IPL ভাৰতত কৰ’না ভাইৰাছৰ মহাসংহাৰৰ বাবে তৃতীয়বাৰলৈ ভাৰতৰ বাহিৰত অনুষ্ঠিত হ’বলৈ গৈ আছে IPL। পোন প্ৰথমবাৰৰ বাবে আৰৱৰ মাটিত ক্ৰিকেটৰ বৃহৎ লীগ IPLৰ ব্যাপক উন্মাদনা। বৃহৎ লীগখন চাবলৈ উৎকণ্ঠাৰে ৰৈ আছে কোটি কোটি ক্ৰিকেট অনুৰাগী। Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/