Punjab Kings beat Chennai Super Kings by 54 runs | ৰাণ শূণ্যৰেই উভতিল জাডেজা ,মঈন, ব্ৰেভো by @Olympiasports - Post Details

Punjab Kings beat Chennai Super Kings by 54 runs | ৰাণ শূণ্যৰেই উভতিল জাডেজা ,মঈন, ব্ৰেভো

◼️ৰাণ শূণ্যৰেই উভতিল জাডেজা ,মঈন, ব্ৰেভো ◼️২৩ ৰাণত ক্ষান্ত এম এছ ধোনী ◼️পঞ্জাব কিংছৰ বলাৰৰ হাতত বিধ্বস্ত চি এছ কে ◼️১৮ অভাৰতে অল আউট ◼️তিনিখন মেচৰ ভিতৰত তিনিখনতেই পৰাজিত জাডেজা বাহিনী

Similar Posts!

David Miller leads Gujarat Titans to IPL final, Rajasthan Royals lose by 7 wickets
David Miller leads Gujarat Titans to IPL final, Rajasthan Royals lose by 7 wickets

প্লে অফৰ মেচত গুজৰাটৰ হাতত পৰাভূত ৰাজস্থান ফাইনেলত প্ৰবেশ ...

Sunrisers Hyderabad Beat Mumbai Indians By 3 Runs | আই পি এলত হায়দৰাবাদৰ গুৰুত্বপূৰ্ণ  জয়
Sunrisers Hyderabad Beat Mumbai Indians By 3 Runs | আই পি এলত হায়দৰাবাদৰ গুৰুত্বপূৰ্ণ জয়

💢অথলে গ'ল হিটমেনৰ বেটিং ফৰ্ম ! 💢আই পি এলত হায়দৰাবাদৰ গুৰুত্বপূৰ্ণ জয় 💢প্লে অফৰ আশাত বন্দী কেন উইলিয়ামচন বাহিনী 💢 তালিকাৰ অষ্টম স্থানত ছানৰাইজাৰ্ছ 💢উমৰাণৰ বলিং ত্রাসত তচনচ মুম্বাইৰ বেটাৰ

Mumbai Indians Beat Chennai Super Kings by 5 Wickets
Mumbai Indians Beat Chennai Super Kings by 5 Wickets

💢আইপিএলত ধোনী বাহিনীৰ পুনৰ শোচনীয় পৰাজয় 💢চেন্নাই ছুপাৰ কিংছৰ দুৰ্বল প্ৰদৰ্শন 💢দুৰ্ধৰ্ষ বেটাৰো হৈ পৰিল তচনচ 💢 দলীয় শতকৰ পৰা বঞ্চিত চি এছ কে 💢প্লে অফৰ পৰা বাহিৰ ৰোহিত-ধোনী বাহিনী 💢 নামত জয়ৰ মালা পিন্ধিলে মুম্বাই ইণ্ডিয়ানছে

Chennai Super Kings beat Delhi Capitals by 91 runs | চেন্নাইৰ প্ৰতাপত বিজয় ৰথ থমকিল দিল্লী কেপিটেলছৰ
Chennai Super Kings beat Delhi Capitals by 91 runs | চেন্নাইৰ প্ৰতাপত বিজয় ৰথ থমকিল দিল্লী কেপিটেলছৰ

💢চেন্নাইৰ প্ৰতাপত বিজয় ৰথ থমকিল দিল্লী কেপিটেলছৰ 💢 চলিত ছিজনত চতুৰ্থ বাৰলৈ জয়ী হ'ল ধোনী বাহিনী 💢বেটিঙত উজলিল ডেভন কনৱে, ৰিতুৰাজ গাইকোৱাড 💢জয়ৰে পইন্ট টেবুলৰ অষ্টম স্থানত চেন্নাই

Gujarat Titans beat Sunrisers Hyderabad by 5 wickets
Gujarat Titans beat Sunrisers Hyderabad by 5 wickets

💢ঋদ্ধিমানৰ বেটত বৰষিল যেন অগ্নি 💢টেৱটিৱা আৰু ৰছিদৰ বেটিং তাণ্ডৱত তচনচ হায়দৰাবাদ 💢উইকেট দখলেৰে উজলিল হায়দৰাবাদৰ উমৰাণ 💢পাণ্ডিয়া বাহিনীৰ হাতত পৰাভূত উইলিয়ামচন বাহিনী

Royal Challengers Bangalore beats Rajasthan Royals by four wickets
Royal Challengers Bangalore beats Rajasthan Royals by four wickets

◼️আই পি এলত দিনেশ কাৰ্তিকৰ বেটিং ধুমুহা ◼️অপ্ৰতিৰোধ্য ছাহবাজ আহমেদ ◼️ প্লেছিছ বাহিনীৰ সমুখত তচনচ ৰাজস্থান ৰয়েলছ ◼️বিৰাট কোহলি 5 ৰাণতে ৰাণ আউট

Lucknow Super Giants beat Chennai Super Kings by six wickets
Lucknow Super Giants beat Chennai Super Kings by six wickets

◼️ জয়ৰ প্ৰথম মালা পিন্ধিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ◼️মৰণপণ যুঁজ দিও বিফল চেন্নাই ছুপাৰ কিংছ ◼️ অধিনায়ক হিচাপে দ্বিতীয় মেচতো বিফল জাজেডা ◼️ধোনিৰ বাউণ্ডেৰীয়ে পুলকিত কৰিলে অনুৰাগীক ◼️এভিন লেৱিছে গঢ়িলে ফাষ্টেছ ফিফটিৰ অভিলেখ